Nd24

Nd24 смотреть последние обновления за сегодня на .

আহি আছে বৰষুণ! অচিৰেই অসমত মৌচুমীয়ে ভুমুকি মৰাৰ সম্ভাৱনা।

3639
84
0
00:03:15
07.06.2023

আহি আছে বৰষুণ! শ্ৰীলংকাৰ উপকূলীয় এলেকাত আবদ্ধ হৈ থকা দক্ষিণ-পশ্চিম মৌচুমীয়ে অৱশেষত গতি লৈছে কেৰালা অভিমুখে। অচিৰেই অসমতো মৌচুমীয়ে ভুমুকি মৰাৰ সম্ভাৱনা। News Daily 24 is a satellite television channel from Assam, bringing you every day the most comprehensive bouquet of news, comments and analysis. 𝐅𝐎𝐋𝐋𝐎𝐖 𝐔𝐒 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: 🤍 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: 🤍 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: 🤍 𝐊𝐨𝐨: 🤍 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: 🤍 𝐓𝐞𝐥𝐞𝐠𝐫𝐚𝐦: 🤍

Gel Modellage Anleitung Kapitel 1. Nagelvorbereitung

15965
63
0
00:03:32
17.06.2021

Die richtige Vorbereitung deiner Nägel ist das A&O einer perfekten Nagelmodellage. Macht sie sehr sorgfältig und lasst euch ruhig genügend Zeit. Die wichtigsten Schritte sind: • Hände & Nägel waschen und desinfizieren • Nagelhaut vorsichtig zurückschieben - unser Tipp: Nagelhaut Entferner verwenden! • Naturnägel auf gleiche Länge kürzen und mit Buffer leicht anfeilen/mattieren • Restliche Nagelhaut mit der Nagelhautzange entfernen • Naturnägel mit einem Staubpinsel/Nagelbürste gründlich von Staub befreien Alle Produkte zum nach Shoppen 🛍 🤍 Shopping-Liste: BEAUTYSept Händedesinfektion 🤍 Nagelhaut Entferner 🤍 Pro Pusher 🤍 Pferdefuß 🤍 Rosenholz Stäbchen 🤍 Design Staub Pinsel 🤍 Nagelfeile 100/180 gerade 🤍 Nagelhautzange Maniküre 🤍 Zelletten 🤍 Cleaner 🤍 ♥ Wir sind für Dich da ♥ Du brauchst Hilfe oder hast noch offene Fragen? Kein Problem! So erreichst Du unseren Kundenservice: ✆ 0711 342 147 0 ✉ service🤍nd24.de Folge uns auf unseren sozialen Kanälen: ♡ INSTAGRAM: 🤍 ♡ TIKTOK: 🤍 ♡ FACEBOOK: 🤍 ♡ PINTEREST: 🤍

অসমত এটা সপ্তাহত দ্বিতীয়টো অঘটন ৰে’লপথত

1646
38
0
00:03:06
07.06.2023

আন এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। ওড়িশাৰ শোকাৱহ দুৰ্ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওতেই অসমত এটা সপ্তাহত দ্বিতীয়টো অঘটন। বকোৰ শিঙৰাত লাইনচ্যুত হ’ল এখন মালবাহী ৰে’ল। News Daily 24 is a satellite television channel from Assam, bringing you every day the most comprehensive bouquet of news, comments and analysis. 𝐅𝐎𝐋𝐋𝐎𝐖 𝐔𝐒 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: 🤍 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: 🤍 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: 🤍 𝐊𝐨𝐨: 🤍 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: 🤍 𝐓𝐞𝐥𝐞𝐠𝐫𝐚𝐦: 🤍

ডিব্ৰুগড় লোকসভা সমষ্টিক লৈ বিবুধিত পৰিছে বিজেপি

27809
397
64
00:02:46
03.06.2023

ডিব্ৰুগড় লোকসভা সমষ্টিক লৈ বিবুধিত পৰিছে বিজেপি। কংগ্ৰেছ মহাজোঁটে উমৈহতীয়া প্ৰাৰ্থী হিচাপে লুৰিণজ্যোতি গগৈক প্ৰক্ষেপ কৰাৰ সিদ্ধান্ত লোৱাৰ বাবে ৰণকৌশল সলনি কৰিবলৈ বাধ্য হৈ পৰিছে বিজেপি। বিশেষকৈ আহোম ভোটৰ অংক লৈ বিজেপিয়ে সলনি কৰিবলগীয়া হৈছে ডিব্ৰুগড়ৰ ৰণনীতি। News Daily 24 is a satellite television channel from Assam, bringing you every day the most comprehensive bouquet of news, comments and analysis. 𝐅𝐎𝐋𝐋𝐎𝐖 𝐔𝐒 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: 🤍 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: 🤍 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: 🤍 𝐊𝐨𝐨: 🤍 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: 🤍 𝐓𝐞𝐥𝐞𝐠𝐫𝐚𝐦: 🤍

টিহুৰ ৰাজপথত আৰক্ষীৰ গুণ্ডাৰাজৰ অভিযোগ

1744
36
13
00:08:29
06.06.2023

টিহুৰ ৰাজপথত আৰক্ষীৰ গুণ্ডাৰাজৰ অভিযোগ৷ নিশা ঘাইপথত ট্ৰাক চালকক প্ৰহাৰ৷ চালকক প্ৰহাৰক লৈ উত্তপ্ত পৰিস্থিতি৷ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাক চালকৰ প্ৰতিবাদ৷ ঘাইপথত আবদ্ধ হৈ পৰিছে শ শ যান-বাহন৷ News Daily 24 is a satellite television channel from Assam, bringing you every day the most comprehensive bouquet of news, comments and analysis. 𝐅𝐎𝐋𝐋𝐎𝐖 𝐔𝐒 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: 🤍 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: 🤍 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: 🤍 𝐊𝐨𝐨: 🤍 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: 🤍 𝐓𝐞𝐥𝐞𝐠𝐫𝐚𝐦: 🤍

এফালে উৎকট গৰম আনফালে গুৱাহাটীৰ ঠায়ে ঠায়ে পানীৰ সমস্যা

591
6
0
00:03:02
07.06.2023

এফালে উৎকট গৰম আনফালে গুৱাহাটীৰ ঠায়ে ঠায়ে পানীৰ সমস্যা। এটুপি পানীৰ বাবে যমৰ যাতনাত ভুগিছে আভিজাত্য গুৱাহাটীৰ বাসিন্দাই। প্ৰতিশ্ৰুতি দিছিল কিন্তু পূৰণ নহ'ল সেই প্ৰতিশ্ৰুতি। News Daily 24 is a satellite television channel from Assam, bringing you every day the most comprehensive bouquet of news, comments and analysis. 𝐅𝐎𝐋𝐋𝐎𝐖 𝐔𝐒 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: 🤍 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: 🤍 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: 🤍 𝐊𝐨𝐨: 🤍 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: 🤍 𝐓𝐞𝐥𝐞𝐠𝐫𝐚𝐦: 🤍

ধেমাজিৰ পাণবাৰীত হোৱা ঘটনাক লৈ কি ক'লে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই?

495
11
3
00:01:09
06.06.2023

অসমৰ সীমাত গৈ গছপুলি ৰ'ব নোৱৰাটো আচৰিত কথা। দোষীক কঠোৰ শাস্তি দিয়াৰ ব্যৱস্থা কৰিবই লাগিব চৰকাৰে। ধেমাজিৰ পাণবাৰীত হোৱা ঘটনাক লৈ আৰু কি ক'লে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই? News Daily 24 is a satellite television channel from Assam, bringing you every day the most comprehensive bouquet of news, comments and analysis. 𝐅𝐎𝐋𝐋𝐎𝐖 𝐔𝐒 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: 🤍 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: 🤍 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: 🤍 𝐊𝐨𝐨: 🤍 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: 🤍 𝐓𝐞𝐥𝐞𝐠𝐫𝐚𝐦: 🤍

আভাজ্যোতি ৰাভাৰ হাতত কোনে তুলি দিলে যাদুদণ্ড?

743693
9324
1444
00:04:25
24.05.2023

জোনমণিৰ মৃত্যুৰে নাম সাঙোৰ খোৱা আভাজ্যোতি ৰাভাৰ সম্পত্তিৰ পাহাৰ দেখিলে হতবাক হ'ব আপুনি। আভাজ্যোতি ৰাভাৰ হাতত কোনে তুলি দিলে যাদুদণ্ড? হঠাৎ SI আভা ৰাভা কোটিপতি হ’ল কেনেকৈ? News Daily 24 is a satellite television channel from Assam, bringing you every day the most comprehensive bouquet of news, comments and analysis. 𝐅𝐎𝐋𝐋𝐎𝐖 𝐔𝐒 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: 🤍 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: 🤍 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: 🤍 𝐊𝐨𝐨: 🤍 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: 🤍 𝐓𝐞𝐥𝐞𝐠𝐫𝐚𝐦: 🤍

গৰম যিমানেই বাঢ়িছে, নেতাৰ জিভাও সিমানেই বেছিকৈ ঘূৰিছে

7916
109
75
00:02:57
05.06.2023

গৰম যিমানেই বাঢ়িছে, নেতাৰ জিভাও সিমানেই বেছিকৈ ঘূৰিছে। দাম বৃদ্ধিক লৈ বিজেপি নেতাই উদ্ভাৱন কৰি আছে নিত্য নতুন সূত্ৰ। একে পানীৰে মাছ বিশ্বজিৎ দৈমাৰী, ভৱেশ কলিতা। দৈমাৰীৰ পাছত মূল্য বৃদ্ধিক লৈ ভৱেশ কলিতাৰ বাণী - বেছিকৈ খালে দাম বৃদ্ধি হ'বই। News Daily 24 is a satellite television channel from Assam, bringing you every day the most comprehensive bouquet of news, comments and analysis. 𝐅𝐎𝐋𝐋𝐎𝐖 𝐔𝐒 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: 🤍 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: 🤍 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: 🤍 𝐊𝐨𝐨: 🤍 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: 🤍 𝐓𝐞𝐥𝐞𝐠𝐫𝐚𝐦: 🤍

বিজ্ঞান শাখাৰ প্ৰথম স্থান দখল নিখিলেশ দত্তৰ

1527
19
1
00:03:53
06.06.2023

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল৷ বিজ্ঞান শাখাৰ প্ৰথম স্থান দখল নিখিলেশ দত্তৰ৷ নিখিলেশে লাভ কৰে মুঠ ৪৮৪ নম্বৰ৷ News Daily 24 is a satellite television channel from Assam, bringing you every day the most comprehensive bouquet of news, comments and analysis. 𝐅𝐎𝐋𝐋𝐎𝐖 𝐔𝐒 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: 🤍 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: 🤍 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: 🤍 𝐊𝐨𝐨: 🤍 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: 🤍 𝐓𝐞𝐥𝐞𝐠𝐫𝐚𝐦: 🤍

সম্পত্তিৰ খতিয়ান দিবলৈ ভয় কিয় অসম আৰক্ষীৰ একাংশ বিষয়াৰ?

44259
444
86
00:02:25
02.06.2023

সম্পত্তিৰ খতিয়ান দিবলৈ ভয় কিয় অসম আৰক্ষীৰ একাংশ বিষয়াৰ? গৃহ বিভাগৰ নিৰ্দেশৰ পাছতো প্ৰায় ৩০০জন বিষয়াই জমা নিদিলে নিজৰ সম্পত্তিৰ সবিশেষ। এই ৩০০জনীয়া তালিকাত আছে লীনা-ৰুণা-ৰূপজ্যোতিৰ নাম। News Daily 24 is a satellite television channel from Assam, bringing you every day the most comprehensive bouquet of news, comments and analysis. 𝐅𝐎𝐋𝐋𝐎𝐖 𝐔𝐒 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: 🤍 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: 🤍 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: 🤍 𝐊𝐨𝐨: 🤍 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: 🤍 𝐓𝐞𝐥𝐞𝐠𝐫𝐚𝐦: 🤍

গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত সন্ধানহীন জাহিদ আহমেদ নামৰ দশম শ্ৰেণীৰ এজন ছাত্ৰ

2048
19
1
00:05:03
04.06.2023

গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত সন্ধানহীন জাহিদ আহমেদ নামৰ দশম শ্ৰেণীৰ এজন ছাত্ৰ। ছাত্ৰজনৰ সন্ধানত নদী আৰক্ষী, SDRF বাহিনীয়ে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। News Daily 24 is a satellite television channel from Assam, bringing you every day the most comprehensive bouquet of news, comments and analysis. 𝐅𝐎𝐋𝐋𝐎𝐖 𝐔𝐒 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: 🤍 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: 🤍 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: 🤍 𝐊𝐨𝐨: 🤍 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: 🤍 𝐓𝐞𝐥𝐞𝐠𝐫𝐚𝐦: 🤍

ছাত্ৰ সন্থাৰ গণ সত্যাগ্ৰহত হ’বনে ৰজাঘৰত কম্পন? | HASHTAG | MANASH PRATIM DEKA

1190
14
0
01:07:45
06.06.2023

📌 কি মাধ্যমত পঢ়ুৱাইছে আপোনাৰ সন্তানটিক? 📌 মাতৃভাষা, ইংৰাজী নে মিশ্ৰিত মাধ্যম? 📌 মাতৃভাষা মাধ্যমত পৰিবলৈ দিয়া নহ’ব আঁচোৰ 📌 চানমাৰিৰ পৰা দিছপুৰক সকীয়নি AASUৰ 📌 ছাত্ৰ সন্থাৰ গণ সত্যাগ্ৰহত হ’বনে ৰজাঘৰত কম্পন? News Daily 24 is a satellite television channel from Assam, bringing you every day the most comprehensive bouquet of news, comments and analysis. 𝐅𝐎𝐋𝐋𝐎𝐖 𝐔𝐒 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: 🤍 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: 🤍 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: 🤍 𝐊𝐨𝐨: 🤍 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: 🤍 𝐓𝐞𝐥𝐞𝐠𝐫𝐚𝐦: 🤍

মুকলিৰ পূৰ্বে নেছিফু টানেলত ND24 | নীলোৎপল ৰায় চৌধুৰীৰ সৈতে 'এপলক'

2884
24
3
00:20:25
28.05.2023

🔴 অৰুণাচলৰ ভয়ংকৰ ক'লা কুঁৱলীৰ আতংক শীঘ্ৰেই নোহোৱা হ'ব 🔴 মুকলি হোৱাৰ পথত নেছিফু টানেল 🔴 দেশৰ সুৰক্ষাৰ বাবে কিয় গুৰুত্বপূৰ্ণ নেছিফু টানেল? 🔴 মুকলিৰ পূৰ্বে নেছিফু টানেলত ND24 🔴 নীলোৎপল ৰায় চৌধুৰীৰ সৈতে 'এপলক' News Daily 24 is a satellite television channel from Assam, bringing you every day the most comprehensive bouquet of news, comments and analysis. 𝐅𝐎𝐋𝐋𝐎𝐖 𝐔𝐒 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: 🤍 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: 🤍 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: 🤍 𝐊𝐨𝐨: 🤍 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: 🤍 𝐓𝐞𝐥𝐞𝐠𝐫𝐚𝐦: 🤍

ইতিবাচক চিন্তাৰে ইতিবাচক মন্তব্য নৱম স্থান লাভ কৰা কাশ্যপ গগৈৰ মুখত

362
3
0
00:04:51
06.06.2023

‘সফলতাৰ বাবে আপুনি দৌৰিব নালাগে, সফলতা আপোনাৰ পাছত দৌৰিব৷ ছ’চিয়েল মিডিয়াই কোনো বেয়া প্ৰভাৱ নেপেলাই স্থান লাভৰ ক্ষেত্ৰত’৷ বিজ্ঞান শাখাৰ নৱম স্থান লাভ কৰা কাশ্যপ গগৈৰ মন্তব্য শুনিলে আপুনিও হ’ব আচৰিত৷ ইতিবাচক চিন্তাৰ ইতিবাচক মন্তব্য কাশ্যপৰ মুখত... News Daily 24 is a satellite television channel from Assam, bringing you every day the most comprehensive bouquet of news, comments and analysis. 𝐅𝐎𝐋𝐋𝐎𝐖 𝐔𝐒 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: 🤍 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: 🤍 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: 🤍 𝐊𝐨𝐨: 🤍 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: 🤍 𝐓𝐞𝐥𝐞𝐠𝐫𝐚𝐦: 🤍

দিল্লীত অসমৰ যুৱকক লিংগ পৰিৱৰ্তনৰ ভয়ংকৰ ঘটনা || ND24 ||

7545
61
7
00:04:21
11.09.2021

দিল্লীত অসমৰ যুৱকক লিংগ পৰিৱৰ্তনৰ ভয়ংকৰ ঘটনা। কৰ্মসংস্থাপনৰ প্ৰলোভনেৰে লিংগ পৰিৱৰ্তন। নিচাযুক্ত দ্ৰব্য সেৱন কৰোৱাই অচেতন কৰি চিকিত্সালয়ত লিংগ সলনি News Daily 24 is a satellite television channel from Assam, bringing you every day the most comprehensive bouquet of news, comments and analysis. Facebook: /nd24assam Twitter: /nd24_news Instagram: /nd24_news/ Telegram: ND24Updates

বিদ্যুৎ মাচুলৰ ভাৰ সহিবলৈ কি কৰিব লাগিব? পৰামৰ্শ দিলে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে

8877
135
120
00:04:47
04.06.2023

নচলাব ফেন, গছৰ তলত বহক। বিদ্যুৎ বিলৰ ভাৰ আপোনা আপুনি হ্ৰাস পাব। এই পৰামৰ্শ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ। দৈমাৰীৰ এনে ব্যাখ্যাৰ সময়তে ৰাজ্যত লোডশ্বেডিঙে লৈছে ভয়ানক ৰূপ। ইয়াৰ মাজতে বিদ্যুতৰ মাচুল বৃদ্ধিক লৈ চিন্তা নকৰিবলৈ সকলোকে আহ্বান মুখ্যমন্ত্ৰীৰ। News Daily 24 is a satellite television channel from Assam, bringing you every day the most comprehensive bouquet of news, comments and analysis. 𝐅𝐎𝐋𝐋𝐎𝐖 𝐔𝐒 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: 🤍 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: 🤍 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: 🤍 𝐊𝐨𝐨: 🤍 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: 🤍 𝐓𝐞𝐥𝐞𝐠𝐫𝐚𝐦: 🤍

জোনমণি ৰাভাৰ মৃত্যুয়ে উদঙালে কেনেদৰে তীৰ মাফিয়াৰে মেনেজ হৈ লুণ্ঠন অব্যাহত ৰাখিছিল নগাঁও আৰক্ষীয়ে

115421
867
65
00:02:53
01.06.2023

জোনমণি ৰাভাৰ মৃত্যুয়ে উদঙালে কেনেদৰে তীৰ মাফিয়াৰে মেনেজ হৈ লুণ্ঠন অব্যাহত ৰাখিছিল নগাঁও আৰক্ষীয়ে। সলনি হ'ল আৰক্ষীৰ শীৰ্ষ মহল। লগে লগে আৰম্ভ ACTION। News Daily 24 is a satellite television channel from Assam, bringing you every day the most comprehensive bouquet of news, comments and analysis. 𝐅𝐎𝐋𝐋𝐎𝐖 𝐔𝐒 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: 🤍 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: 🤍 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: 🤍 𝐊𝐨𝐨: 🤍 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: 🤍 𝐓𝐞𝐥𝐞𝐠𝐫𝐚𝐦: 🤍

গোৱালপাৰাৰ DFO জিতেন্দ্ৰ কুমাৰক অৱশেষত নিলম্বন

191
2
0
00:04:45
07.06.2023

অৱশেষত নিলম্বিত হ'ল গোৱালপাৰাৰ DFO জিতেন্দ্ৰ কুমাৰ। কিন্তু কিয়? চাওক এই প্ৰতিবেদন। News Daily 24 is a satellite television channel from Assam, bringing you every day the most comprehensive bouquet of news, comments and analysis. 𝐅𝐎𝐋𝐋𝐎𝐖 𝐔𝐒 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: 🤍 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: 🤍 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: 🤍 𝐊𝐨𝐨: 🤍 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: 🤍 𝐓𝐞𝐥𝐞𝐠𝐫𝐚𝐦: 🤍

Gel Modellage Anleitung Kapitel 2. Nagelverlängerung mit Nageltip

15031
60
0
00:02:44
17.06.2021

Um deinen eigenen Naturnagel zu Verstärken und zu verlängern sind Nageltips Ideal. Es gibt Sie in unzähligen Varianten, vom dezenten French Look bis hin zu diversen Formen wie beispielsweise der ausgefallenen Stilettos. Alle Produkte zum nach Shoppen 🛍 🤍 Shopping-Liste: Nail Cutter 🤍 Zelletten 🤍 Cleaner 🤍 Tip Box Classic natur 🤍 Tipkleber Pinselflasche 7,5g MITTELVISKOS 🤍 Nagelfeile 100/180 GERADE 🤍 Primer 🤍 ♥ Wir sind für Dich da ♥ Du brauchst Hilfe oder hast noch offene Fragen? Kein Problem! So erreichst Du unseren Kundenservice: ✆ 0711 342 147 0 ✉ service🤍nd24.de Folge uns auf unseren sozialen Kanälen: ♡ INSTAGRAM: 🤍 ♡ TIKTOK: 🤍 ♡ FACEBOOK: 🤍 ♡ PINTEREST: 🤍

ND24 THEME SONG BY ZUBEEN GARG

4646
139
4
00:03:14
06.03.2022

Presenting before you the theme song of ND24. The song was released on March 1, on the occasion of ND24's 1st anniversary. The song has been sung by Zubeen Garg. Lyrics by Ibson Lal Baruah and Music by Paran Borkotoky. News Daily 24 is a satellite television channel from Assam, bringing you every day the most comprehensive bouquet of news, comments and analysis. Facebook: /nd24assam Twitter: /nd24_news Instagram: /nd24_news/ Telegram: ND24Updates

পুত্ৰই বিহু মাৰিছে। টেলিভিশ্যনৰ পৰ্দাত তাকে দেখি দেউতাকে উচুপিছে। কিন্তু কিয়?

268807
6034
133
00:03:53
18.04.2023

পুত্ৰই বিহু মাৰিছে। টেলিভিশ্যনৰ পৰ্দাত তাকে দেখি দেউতাকে উচুপিছে। কিন্তু কিয়? পুত্ৰক ঘূৰাই পঠাবলৈ কাৰ ওচৰত কাতৰ আহ্বান পিতৃৰ ? News Daily 24 is a satellite television channel from Assam, bringing you every day the most comprehensive bouquet of news, comments and analysis. 𝐅𝐎𝐋𝐋𝐎𝐖 𝐔𝐒 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: 🤍 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: 🤍 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: 🤍 𝐊𝐨𝐨: 🤍 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: 🤍 𝐓𝐞𝐥𝐞𝐠𝐫𝐚𝐦: 🤍

আমাকো স্কুটী দিয়ক মামা, এইদৰে বাক্সাত শিক্ষাৰ্থীৰ প্ৰতিবাদ

593
15
3
00:02:38
07.06.2023

মামা আমাক স্কুটী দিয়ক, আমাৰ প্ৰাপ্য আমাক দিবই লাগিব, স্কুটীৰ নামত প্ৰতাৰণা নকৰিব আমাক। এইদৰে স্কুটী বিচাৰি বাক্সাৰ আঠিয়াবাৰী বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীৰ প্ৰতিবাদ। News Daily 24 is a satellite television channel from Assam, bringing you every day the most comprehensive bouquet of news, comments and analysis. 𝐅𝐎𝐋𝐋𝐎𝐖 𝐔𝐒 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: 🤍 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: 🤍 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: 🤍 𝐊𝐨𝐨: 🤍 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: 🤍 𝐓𝐞𝐥𝐞𝐠𝐫𝐚𝐦: 🤍

'গণ সংযোগ' | একেখন মঞ্চত কণ্ঠশিল্পী, ডিজিটেল ক্ৰিয়েটৰ

18236
1048
45
00:55:50
06.03.2023

🔴 একেখন মঞ্চত কণ্ঠশিল্পী, ডিজিটেল ক্ৰিয়েটৰ 🔴 ভাস্কৰ অপ্সৱেল, গৌৰাংগ, অনুৰাগ... 🔴 তিনি কণ্ঠশিল্পীৰ সৈতে যাত্ৰা বিকাশ চেত্ৰীৰ... 🔴 কথা পাতক আপোনাৰ মৰমৰ শিল্পীগৰাকীৰ সৈতে 🔴 ফোন কৰক 0361-2223903/2223904ত 🔴 Chakrrapanni Parasharৰ সৈতে 'গণ সংযোগ' News Daily 24 is a satellite television channel from Assam, bringing you every day the most comprehensive bouquet of news, comments and analysis. 𝐅𝐎𝐋𝐋𝐎𝐖 𝐔𝐒 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: 🤍 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: 🤍 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: 🤍 𝐊𝐨𝐨: 🤍 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: 🤍 𝐓𝐞𝐥𝐞𝐠𝐫𝐚𝐦: 🤍

Gel Modellage Anleitung Kapitel 7. Farb Gel auftragen

6159
18
2
00:01:43
17.06.2021

Wähle aus über 300 UV Gele deine Lieblingsfarbe oder kombiniere Sie miteinander. UV Gele werden nie auf den Naturnagel aufgetragen, sondern immer auf die erstellte Nagel Modellage und anschließend im Lichthärtungsgerät ausgehärtet. Alle Produkte zum nach Shoppen 🛍 🤍 Shopping-Liste: Nailart Strass Steine & Overlays Diamond MIX Chrome 🤍 Cleaner 🤍 Zelletten 🤍 Nagelfeile 🤍 Buffer Schleifblock 🤍 Farb Gel Classic marabou boa 🤍 Lichtgerät LED/UV-Lampe 🤍 Versieglunger Gel t.ly/ZX44 Design Staub Pinsel 🤍 Nagelöl 🤍 Nagelölroller 🤍 ♥ Wir sind für Dich da ♥ Du brauchst Hilfe oder hast noch offene Fragen? Kein Problem! So erreichst Du unseren Kundenservice: ✆ 0711 342 147 0 ✉ service🤍nd24.de Folge uns auf unseren sozialen Kanälen: ♡ INSTAGRAM: 🤍 ♡ TIKTOK: 🤍 ♡ FACEBOOK: 🤍 ♡ PINTEREST: 🤍

PRABIN BORAH is looking forward to performing at ND24 Live Concert 2022

404
7
1
00:01:00
16.12.2022

News Daily 24 is a satellite television channel from Assam, bringing you every day the most comprehensive bouquet of news, comments and analysis. 𝐅𝐎𝐋𝐋𝐎𝐖 𝐔𝐒 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: 🤍 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: 🤍 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: 🤍 𝐊𝐨𝐨: 🤍 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: 🤍 𝐓𝐞𝐥𝐞𝐠𝐫𝐚𝐦: 🤍

কটন বিশ্ববিদ্যালয়ৰ ফলাফলক লৈ কিমান সন্তুষ্ট উপাচাৰ্য?

1082
28
1
00:05:05
06.06.2023

এইবাৰ হায়াৰ ছেকেণ্ডাৰীত কটনৰ ফলাফল কি? মাত্ৰ এটা স্থানতেই কিয় থমকিবলগীয়া হ'ল ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়খন? কটন বিশ্ববিদ্যালয়ৰ ফলাফলক লৈ কিমান সন্তুষ্ট উপাচাৰ্য? News Daily 24 is a satellite television channel from Assam, bringing you every day the most comprehensive bouquet of news, comments and analysis. 𝐅𝐎𝐋𝐋𝐎𝐖 𝐔𝐒 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: 🤍 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: 🤍 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: 🤍 𝐊𝐨𝐨: 🤍 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: 🤍 𝐓𝐞𝐥𝐞𝐠𝐫𝐚𝐦: 🤍

মীন বিভাগে আনিছে মাছ খোৱাৰ কেইটামান বিশেষ টীপছ

4076
38
11
00:05:51
31.05.2023

চালানী মাছে খাইনে আপুনি? যদি খাই আপোনাৰ বাবে মীন বিভাগে আনিছে মাছ খোৱাৰ কেইটামান বিশেষ টীপছ। চালানী মাছত পুনৰ ফৰ্মেলিন ধৰা পৰাৰ পাছত এইবাৰ মীন বিভাগে দিলে বিশেষ ৰেছিপি। চৰকাৰী বিভাগটোৱে দিয়া এই ৰেছিপিটো কি? News Daily 24 is a satellite television channel from Assam, bringing you every day the most comprehensive bouquet of news, comments and analysis. 𝐅𝐎𝐋𝐋𝐎𝐖 𝐔𝐒 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: 🤍 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: 🤍 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: 🤍 𝐊𝐨𝐨: 🤍 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: 🤍 𝐓𝐞𝐥𝐞𝐠𝐫𝐚𝐦: 🤍

ND 24 Live Concert Salu Kintu Police r Logot Bohut Beya Koril 🤬

5252
643
96
00:14:47
25.12.2022

RJEXPRESS WEBSITE: 🤍 PHONE NUMBER : +919654848038 To know about me and my personal life Don't forget to follow me on instagram And Facebook Instagram:🤍 Facebook:🤍 Twitter:🤍 For Any Business/Promotion related things mail me at👇👇👇👇 nichovlogsofficial🤍gmail.com #nichovlogs #nd24 #police

ND24ৰ ষ্টুডিঅ’ত কৰিশ্মা নাথ আৰু সংগীবৃন্দ | চক্ৰপাণি পৰাশৰৰ সৈতে ‘গণসংযোগ’

1312743
29716
1446
00:54:56
25.02.2023

🛑 হঠাৎ ভাইৰেল এটা ভিডিঅ’ 🛑 বিভিন্ন ভংগিমাৰে পৰিৱেশন কৰিছে নাগাৰা নাম 🛑 চাৰিওফালে এতিয়া ছিপাঝাৰৰ কৰিশ্মা নাথৰ চৰ্চা 🛑 পোনপ্ৰথমবাৰৰ বাবে ND24ৰ ষ্টুডিঅ’ত 🛑 কৰিশ্মা নাথ আৰু সংগীবৃন্দ EXCLUSIVE 🛑 চক্ৰপাণি পৰাশৰৰ সৈতে ‘গণসংযোগ’ News Daily 24 is a satellite television channel from Assam, bringing you every day the most comprehensive bouquet of news, comments and analysis. 𝐅𝐎𝐋𝐋𝐎𝐖 𝐔𝐒 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: 🤍 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: 🤍 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: 🤍 𝐊𝐨𝐨: 🤍 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: 🤍 𝐓𝐞𝐥𝐞𝐠𝐫𝐚𝐦: 🤍

বিহু মঞ্চত power loom ৰ গামোচা প্ৰত্যাখ্যান ND24 ৰ সম্পাদক ৰাজদ্বীপ বাইলুং বৰুৱাৰ ।

4237
185
20
00:04:28
07.05.2022

বিহু মঞ্চত power loom ৰ গামোচা প্ৰত্যাখ্যান ND24 ৰ সম্পাদক ৰাজদ্বীপ বাইলুং বৰুৱাৰ । News Daily 24 is a satellite television channel from Assam, bringing you every day the most comprehensive bouquet of news, comments and analysis. 𝐅𝐎𝐋𝐋𝐎𝐖 𝐔𝐒 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: 🤍 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: 🤍 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: 🤍 𝐊𝐨𝐨: 🤍 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: 🤍 𝐓𝐞𝐥𝐞𝐠𝐫𝐚𝐦: 🤍

Bikasor birthday ll Bongaigaon meet up dress code ll ND24 ki coverage korile ?

12572
1486
160
00:10:15
02.04.2022

#damarsbgurung #damargurung #nextlevelfamily #bikashchetrybirthday assamesevlogs #bongaigaonmeetup #nd24

গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণা

594
0
0
00:07:09
04.06.2023

গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণা। কোনে কি পদত কৰিলে জয়লাভ? News Daily 24 is a satellite television channel from Assam, bringing you every day the most comprehensive bouquet of news, comments and analysis. 𝐅𝐎𝐋𝐋𝐎𝐖 𝐔𝐒 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: 🤍 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: 🤍 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: 🤍 𝐊𝐨𝐨: 🤍 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: 🤍 𝐓𝐞𝐥𝐞𝐠𝐫𝐚𝐦: 🤍

মুক্ত শিক্ষাৰ জৰিয়তেও লাভ কৰিব পাৰিব বি এড ডিগ্ৰী। ঘোষণা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ।

66199
1807
234
00:02:39
27.05.2023

মুক্ত শিক্ষাৰ জৰিয়তেও লাভ কৰিব পাৰিব বি এড ডিগ্ৰী। কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়তো উপলব্ধ হ'ব এই পাঠ্যক্ৰম। KKHOUত অনুষ্ঠিত বৈঠকৰ অন্তত ঘোষণা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ। News Daily 24 is a satellite television channel from Assam, bringing you every day the most comprehensive bouquet of news, comments and analysis. 𝐅𝐎𝐋𝐋𝐎𝐖 𝐔𝐒 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: 🤍 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: 🤍 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: 🤍 𝐊𝐨𝐨: 🤍 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: 🤍 𝐓𝐞𝐥𝐞𝐠𝐫𝐚𝐦: 🤍

SANNIDHYA BHUYAN is excited to perform at ND24 Live Concert 2022

2258
68
1
00:00:59
16.12.2022

News Daily 24 is a satellite television channel from Assam, bringing you every day the most comprehensive bouquet of news, comments and analysis. 𝐅𝐎𝐋𝐋𝐎𝐖 𝐔𝐒 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: 🤍 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: 🤍 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: 🤍 𝐊𝐨𝐨: 🤍 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: 🤍 𝐓𝐞𝐥𝐞𝐠𝐫𝐚𝐦: 🤍

জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত কি ক’লে কন্ঠশিল্পী দীপলীনা ডেকাই? চাওক...

44913
876
32
00:01:14
18.05.2023

জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত কি ক’লে কন্ঠশিল্পী দীপলীনা ডেকাই? চাওক... News Daily 24 is a satellite television channel from Assam, bringing you every day the most comprehensive bouquet of news, comments and analysis. 𝐅𝐎𝐋𝐋𝐎𝐖 𝐔𝐒 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: 🤍 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: 🤍 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: 🤍 𝐊𝐨𝐨: 🤍 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: 🤍 𝐓𝐞𝐥𝐞𝐠𝐫𝐚𝐦: 🤍

নকল সোণৰ ব্যৱসায়ী আৰু লখিমপুৰ আৰক্ষীৰ একাকাৰ ৰূপ!

94428
874
99
00:04:51
29.05.2023

SI জোনমণি ৰাভাৰ মৃত্যুৰ পাছতেই পোহৰলৈ আহিছে অপৰাধী-আৰক্ষীৰ 'লেটি-পেটি' কাণ্ড। IC, OCক লৈ নকল সোণৰ বজাৰৰ চৰ্দাৰ হৈ পৰিছিল ৰুণা নেওগ। নকল সোণৰ সাম্ৰাজ্যক অতি সংগোপনে প্ৰশ্ৰয় দি আহিছিল লখিমপুৰ আৰক্ষীয়ে। News Daily 24 is a satellite television channel from Assam, bringing you every day the most comprehensive bouquet of news, comments and analysis. 𝐅𝐎𝐋𝐋𝐎𝐖 𝐔𝐒 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: 🤍 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: 🤍 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: 🤍 𝐊𝐨𝐨: 🤍 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: 🤍 𝐓𝐞𝐥𝐞𝐠𝐫𝐚𝐦: 🤍

ND24 - Päckchen Präsentation 😍& Farbauftrag 🤗💅

4076
12
00:18:44
25.10.2018

In diesem Video möchte ich euch die Produkte zeigen, die ich vom Shop ND24 zugesendet bekommen habe.💖 Dieses Video enthält 🧡unbezahlte Werbung🧡 und spiegelt meine eigene Sicht und Meinung wieder! Das Video enthält Produkte, die mir kostenlos und ohne jegliche Auflagen zur Verfügung gestellt wurden! Link zum Shop ND24: 🤍 Instagram: 🤍 _ Social Media Instagram: 🤍

পৱনদ্বীপৰ কণ্ঠত আন এটি অসমীয়া গীত

19668
572
21
00:04:31
28.12.2022

পগলা ফাগুনে উৰুৱালে.... পৱনদ্বীপৰ কণ্ঠত আন এটি অসমীয়া গীত News Daily 24 is a satellite television channel from Assam, bringing you every day the most comprehensive bouquet of news, comments and analysis. 𝐅𝐎𝐋𝐋𝐎𝐖 𝐔𝐒 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: 🤍 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: 🤍 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: 🤍 𝐊𝐨𝐨: 🤍 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: 🤍 𝐓𝐞𝐥𝐞𝐠𝐫𝐚𝐦: 🤍

পদত্যাগৰ জোৱাৰত এতিয়া জোকাৰণি বিজেপিত

42087
378
73
00:02:21
31.05.2023

সংঘাত অৱসানৰ নামেই লোৱা নাই শাসকীয় দল বিজেপিত। ইখনৰ পাছত সিখন জিলাত বিজেপি নেতা-কৰ্মীৰ ক্ষোভ-অসন্তুষ্টি নিতৌ বৃদ্ধি পাইছে। যাৰ ফলস্বৰূপে পদত্যাগৰ জোৱাৰত এতিয়া জোকাৰণি গেৰুৱা দলটোত। News Daily 24 is a satellite television channel from Assam, bringing you every day the most comprehensive bouquet of news, comments and analysis. 𝐅𝐎𝐋𝐋𝐎𝐖 𝐔𝐒 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: 🤍 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: 🤍 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: 🤍 𝐊𝐨𝐨: 🤍 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: 🤍 𝐓𝐞𝐥𝐞𝐠𝐫𝐚𝐦: 🤍

Назад
Что ищут прямо сейчас на
nd24 척추 Killermike node js on nginx Mls omori boss rush jhabua news 빵신 niedrig Walu Mukesh Sahani wijchen Dner gela da gamis show Doomsday симбочка пимпочка Ice Scream 4 slideshow reel 戴尔 県道